సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য
ఉదాహరణ : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল
పర్యాయపదాలు : অসহজ, কঠিন, কঠোৰ, কষ্টসাধ্য, কুটিল, জটিল, টান, দুৰূহ, সুকঠিন
అర్థం : যিটো কৰিবলৈ কঠিন
ఉదాహరణ : হিমালয় পর্বত আৰোহণ কৰাটো কার্য
పర్యాయపదాలు : দুঃসাধ্য, দুৰূহ
అర్థం : যʼত বহুত হেৰ-ফেৰ বা মেৰপেচ আছে আৰু সেই কাৰণেই সহজতে বুজা নাযায়
ఉదాహరణ : এইটো দুর্বোধ্য বিষয়, ইয়াৰ সমাধান উলিওৱা সহজ নহয়
పర్యాయపదాలు : অসহজ, কঠিন, কঠোৰ, দুর্বোধ্য, দুৰূহ, বিচল
ఆప్ స్థాపించండి