అర్థం : বল বা শক্তিহীন
ఉదాహరణ :
দুর্বল ব্যক্তিৰ ওপৰত অত্যাচাৰ কৰিব নালাগে
పర్యాయపదాలు : কাহিল, প্রাণশক্তিহীন, বলহীন, শক্তিহীন
అర్థం : কোনো গুণ, যোগ্যতা, কৌশল আদিত কম
ఉదాహరణ :
তেওঁ গণিতত ্দুর্বল ্ছাত্রসকলক পঢ়াই আছে