అర్థం : দুখন মুখ থকা বা যাৰ দুখন মুখ আছে
ఉదాహరణ :
যাক দুমুখীয়া সাপ বুলি কোৱা হয় বাস্তৱতে সেইয়া দুমুখীয়া সাপ নাথাকে
అర్థం : কোনো কাজিয়া আদিত দুয়োপক্ষৰ ফালৰ পৰা যিজনক নিয়োজিত কৰা হয়
ఉదాహరణ :
আমি দুমুখীয়া ব্যক্তিৰ ওপৰত বিশ্বাস কৰা উচিত নহয়
పర్యాయపదాలు : দুফলীয়া
అర్థం : দুটা কথা কোৱা বা দুই ধৰণৰ আচৰণ কৰা মানুহ
ఉదాహరణ :
দুমুখীয়া মানুহৰ ওপৰত মোৰ খং উঠে
అర్థం : যাৰ দুখন মুখ আছে
ఉదాహరణ :
বাজীকৰে মানুহক দুমুখীয়া সাপ দেখুৱালে