సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যাৰ পৰা দুখ পোৱা যায় বা দুখ দিওঁতা
ఉదాహరణ : তুমি নিজৰ মা-দেউতাৰ সেৱা নকৰাটো বৰ দুখজনক কথা
పర్యాయపదాలు : কষ্টদায়ক, কষ্টদায়ী, দুঃখকাৰক, দুখকাৰক, দুখজনক
అర్థం : যি দুখ বা কষ্ট দিয়ে
ఉదాహరణ : বৃদ্ধ কাল দুখদায়ক
పర్యాయపదాలు : কষ্টকৰ, কষ্টজনক, কষ্টদায়ক, কষ্টদায়ী, কষ্টপ্রদ, দুঃখদায়ক, দুখজনক, দুখদায়ক, দুখদায়ী, দুখপ্রদ, পীড়াদায়ক, পীড়াদায়ী
ఆప్ స్థాపించండి