సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : হিন্দু পঞ্জিকাৰ ওপৰত আধাৰিত সপ্তাহৰ কোনো এটা দিন
ఉదాహరణ : সোমবাৰ সপ্তাহৰ প্রথম দিন
పర్యాయపదాలు : অহ্ন, দিন, বাসৰ, বাৰ
అర్థం : নিশ্চিত বা উচিত সময়
ఉదాహరణ : আজি মোৰ লʼৰাটোৰ জন্ম দিন
పర్యాయపదాలు : দিন
అర్థం : সূর্যোদয়ৰ পৰা সূর্যাস্তলৈকে সময়খিনি
ఉదాహరణ : আজিৰ দিনটো মোৰ কাৰণে বৰ ভাল গৰমকালি দিন দীঘল হয়
పర్యాయపదాలు : অহ, অহ্ন, দিন, দিনা, দিবা, বাসৰ, বাৰ, ৰোজ
అర్థం : কোনো ধৰণৰ স্মৰণীয় কার্য ্বা ঘটনা সংঘটিত হোৱা বিগত ্বর্ষৰ দিন বিশেষ
ఉదాహరణ : আজি আমাৰ বিয়াৰ বছৰেকীয়া তিথি পৰিছে
పర్యాయపదాలు : তিথি, বার্ষিকী, ্পর্ব
అర్థం : এটা সূর্যোদয়ৰ পৰা আৰম্ভ কৰি অন্য এটা সূর্যোদয়ৰ মাজৰ সময়ছোৱা যাক চৌব্বিশ ঘণ্টা হিচাপে গণ্য কৰা হয়
ఉదాహరణ : এদিনত আঠটা প্রহৰ থাকে
పర్యాయపదాలు : তিথি, দিন
అర్థం : শোৱাৰ পিছত কাম কৰাত পাৰ হোৱা চৌব্বিশ ঘণ্টাৰ মাজৰ বিশেষ সময়ছোৱা
ఉదాహరణ : মোৰ দিন ৰাতিপুৱা চাৰি বজাৰ পৰা আৰম্ভ হয়
ఆప్ స్థాపించండి