పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి দিন అనే పదం యొక్క అర్థం.

দিন   বিশেষ্য

అర్థం : হিন্দু পঞ্জিকাৰ ওপৰত আধাৰিত সপ্তাহৰ কোনো এটা দিন

ఉదాహరణ : সোমবাৰ সপ্তাহৰ প্রথম দিন

పర్యాయపదాలు : অহ্ন, দিৱস, বাসৰ, বাৰ

అర్థం : নিশ্চিত বা উচিত সময়

ఉదాహరణ : আজি মোৰ লʼৰাটোৰ জন্ম দিন

పర్యాయపదాలు : দিৱস

అర్థం : সূর্যোদয়ৰ পৰা সূর্যাস্তলৈকে সময়খিনি

ఉదాహరణ : আজিৰ দিনটো মোৰ কাৰণে বৰ ভাল গৰমকালি দিন দীঘল হয়

పర్యాయపదాలు : অহ, অহ্ন, দিনা, দিবা, দিৱস, বাসৰ, বাৰ, ৰোজ

అర్థం : ভাল সময়

ఉదాహరణ : সকলোৰে সুদিন আহে

పర్యాయపదాలు : সুদিন

అర్థం : এটা সূর্যোদয়ৰ পৰা আৰম্ভ কৰি অন্য এটা সূর্যোদয়ৰ মাজৰ সময়ছোৱা যাক চৌব্বিশ ঘণ্টা হিচাপে গণ্য কৰা হয়

ఉదాహరణ : এদিনত আঠটা প্রহৰ থাকে

పర్యాయపదాలు : তিথি, দিৱস

అర్థం : যি সময়ৰ মাজত কোনো বিশেষ কথা থাকে

ఉదాహరణ : কলেজৰ দিনত আমি বহুত ফুর্তি কৰিছিলো

అర్థం : শোৱাৰ পিছত কাম কৰাত পাৰ হোৱা চৌব্বিশ ঘণ্টাৰ মাজৰ বিশেষ সময়ছোৱা

ఉదాహరణ : মোৰ দিন ৰাতিপুৱা চাৰি বজাৰ পৰা আৰম্ভ হয়

పర్యాయపదాలు : দিৱস

అర్థం : সংস্কৃতিৰ ইতিহাসত সময় আৰু অৱস্থা আদিৰ দৃষ্টিৰে নিজৰ এক সুকীয়া বা মহত্বপূর্ণ ্ স্থান ৰাখি থৈ যোৱা নামাংকিত সময়

ఉదాహరణ : মই আপোনাক বৈদিক যুগৰ এটা কাহিনী কʼম ???

పర్యాయపదాలు : কাল, যুগ