అర్థం : যিজনে পথপ্রদর্শন ্কৰায়
ఉదాహరణ :
এজন সচা পথপ্রদর্শকে পথভ্রষ্ট লোকসকলক শুদ্ধ পথলৈ আনেআমাৰ গুৰু এজন শুদ্ধ দিগ্্দর্শক
పర్యాయపదాలు : পথপ্রদর্শক
అర్థం : যিজনে ৰাষ্টা দেখুৱায় দিয়ে
ఉదాహరణ :
এজন ভাল পথপ্রদর্শকৰ নেতৃত্বত আমি আগবাঢ়িছিলোঁ
పర్యాయపదాలు : পথপ্রদর্শক, ্মার্গদর্শক
అర్థం : দিশা দর্শোৱা বা সূচিত কৰোঁতা
ఉదాహరణ :
জাহাজত দিক্-সূচক যন্ত্র লগোৱা থাকে
పర్యాయపదాలు : দিক্-সূচক