పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి দাৰু అనే పదం యొక్క అర్థం.

দাৰু   বিশেষ্য

అర్థం : এবিধ নিচাযুক্ত জুলীয়া পদার্থ ্ যাক বিভিন্ন বস্তুৰ সংমিশ্রণত বিভিন্ন ধৰণে তৈয়াৰ কৰা হয় আৰু ইয়াক সেৱন কৰিলে নৈতিকভাৱে নিন্দনীয় আৰু ধার্মিকভাৱে পাপ বুলি ধৰা হয়

ఉదాహరణ : তেওঁ ্ সদায় গধূলি মদ খাই ঘৰলৈ উভতে

పర్యాయపదాలు : অৰিষ্ট, আসৱ, দ্রাক্ষাৰস, মদ, মদিৰা, মদ্য, সুৰা, সোমৰস

అర్థం : ৰোগ দূৰ কৰিবলৈ খোৱা বা লোৱা দ্রৱ্য:নিয়মিতভাৱে ঔষধ খালে বেমাৰ ভাল হয়

ఉదాహరణ :

పర్యాయపదాలు : ঔষধ, ঔষধ-পাতি, দাৱাই, দৰৱ, দৰৱ-পাতি, দৱাই, ভেষজ

అర్థం : গছৰ শুকাই যোৱা স্থূল অংগ

ఉదాహరణ : আচ-বাব বনোৱা কামতে কাঠ বেছিকৈ ব্যৱহাৰ কৰা হয়

పర్యాయపదాలు : কাঠ, কাষ্ঠ