సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : অত্যধিক মূল্যৰ:তেওঁৰ সৰুৰে পৰা মূল্যবান বস্তু কিনাত চখ আছে
ఉదాహరణ :
పర్యాయపదాలు : অমূল্য, বহুমূলীয়া, বহুমূল্য, মহঙা, মহার্ঘ, মূল্যবান, মৰগীয়া
అర్థం : যʼত বস্তুবোৰক অধিক মূল্যত বেচা হয় বা কোনো সেৱাৰ বাবে অধিক মূল্য লোৱা হয়
ఉదాహరణ : এই ভোজনালয়খন দামী
అర్థం : যাৰ মূল্য অতি বেছি
ఉదాహరణ : এই শাৰীখন অলপ দামী
అర్థం : যাৰ উচিত মূল্যতকৈ দাম অধিক হয়
ఉదాహరణ : গাঁৱৰ তুলনাত চহৰৰ বস্তু যথেষ্ট দামী
పర్యాయపదాలు : মহঙা, মহার্ঘ, মৰগীয়া
ఆప్ స్థాపించండి