పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి দাবী అనే పదం యొక్క అర్థం.

দাবী   বিশেষ্য

అర్థం : কোনো বস্তুৰ ওপৰত অধিকাৰ সাব্যস্ত কৰা কার্য

ఉదాహరణ : ছোৱালীয়েও নিজৰ পৈতৃক সম্পত্তিৰ দাবী কৰিব পাৰে

అర్థం : দৃঢ়তাপূর্ক কথন

ఉదాహరణ : আপোনাৰ ৰামৰ সন্দর্ভত এই ্দাবী উচিত হোৱা নাই

అర్థం : সত্যতা নিৰূপণৰ কাৰণে কোনো কথা কোৱাৰ সাহস

ఉదాహరణ : মই এইটো দাবীৰে সৈতে কʼব পাৰোঁ যে ইয়াত ভেজাল আছে

అర్థం : সম্পত্তি অথবা অধিকাৰৰ ৰক্ষাৰ বা প্রাপ্তিৰ কাৰণে চলোৱা মোকর্দ্্মা

ఉదాహరణ : বিৰলাই প্রিয়ম্বদাৰ দান-পত্রৰ বিৰুদ্ধে দাবী কৰিলে