అర్థం : পশু-পক্ষী আদিক দিয়া খাদ্য বস্তু
ఉదాహరణ :
তেওঁ মুর্গীক দানা দি আছে খেতিয়কজনে বলদ হালৰ কাৰণে দানা আনিহলৈ গৈছে
అర్థం : শস্যৰ পৰা উলিওৱা অংশ
ఉదాహరణ :
চিকাৰীটোৱে গছৰ তলত দানা সিঁচি দিলে
పర్యాయపదాలు : শস্যৰ গুটি, শস্যৰ বীজ
అర్థం : গোলাকাৰ সৰু বস্তু বিশেষ
ఉదాహరణ :
লʼৰাটোৱে বৰ মনোযোগেৰে ডালিমৰ দানা খাই আছে
పర్యాయపదాలు : গুটি
అర్థం : পশুৱে খোৱা ঘাঁহ, ভুচি আদি
ఉదాహరణ :
তেওঁ গৰুৰ ্কাৰণে দানা আনিবলৈ গৈছে