సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : মহাৰ লʼৰা
ఉదాహరణ : ৰাম মোৰ ভাই (মহাৰ লʼৰা)
పర్యాయపదాలు : ভাই, ভাইটি, মহাৰ লʼৰা
అర్థం : জেঠোদেউৰ পুতেক
ఉదాహరణ : মোৰ জেঠোদেউৰ লʼৰাটো অভিযন্তা
పర్యాయపదాలు : জেঠোদেউৰ লʼৰা, ভাইটি
అర్థం : কোনো কাৰণ নোহোৱাকৈ কাজিয়া কৰা বা মাৰপিট কৰালোক
ఉదాహరణ : দাৰোগাই আজি চাৰিআলিত এটা গুণ্ডাক ধৰি খুউব পিটিলে
పర్యాయపదాలు : গুণ্ডা, বজ্জাত, বদমাচ, বদমাছ
అర్థం : যিজন ভায়েকে প্রথমে জন্ম লৈছে
ఉదాహరణ : শ্যামৰ ককায়েক অধ্যাপক
పర్యాయపదాలు : অগ্রজ, ককাই, ককাইদেউ
ఆప్ స్థాపించండి