అర్థం : ৰহৰ, মগু, বুট আদি শস্য দলি তৰকাৰী হিচাপে ৰান্ধি খোৱা খাদ্য
ఉదాహరణ :
তেওঁ ্ মগু দাইলৰ পকৰি খুউব ভাল পায়
పర్యాయపదాలు : দালি
అర్థం : ৰুটি, ভাত আদিৰ লগত খোৱাৰ কাৰণে উতলোৱা বা সিজোৱা দাইলৰ এক ৰূপ
ఉదాహరణ :
মায়ে আজি দাইল, ভাত আৰু আলুৰ আঞ্জা ৰান্ধিছে
పర్యాయపదాలు : দাইলৰ তৰকাৰী