అర్థం : মানুহৰ মুখত পোৱা দাঁত যাৰ সংখ্যা বত্রিশটা
ఉదాహరణ :
তেওঁ পুৱা-গধূলি নিজৰ ্দাঁত পৰিষ্কাৰ কৰে
పర్యాయపదాలు : দন্ত বিন্যাস
అర్థం : দাঁতৰ আকাৰৰ কোনো বস্তুৰ ওলাই থকা অংশ বিশেষ
ఉదాహరణ :
এই ফনীখনৰ ভালেকেইটা দাঁত ভাঙি থাকিল