సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : * বিষন্নতা বা উত্তেজনাৰ অৱস্থা
ఉదాహరణ : তেওঁ এই সময়ত এনে অৱস্থাত আছে যে তেওঁৰ লগত তর্ক ্কৰা ঠিক নহʼব
పర్యాయపదాలు : অৱস্থা, স্থিতি
అర్థం : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
ఉదాహరణ : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
పర్యాయపదాలు : অৱস্থা, গতি, গতিক, ধৰণ, ধৰণ-কৰণ, পৰিস্থিতি, হাল, হালত, ৰূপ
అర్థం : মানুহৰ জীৱনত বেলেগ বেলেগ গ্রহৰ নিশ্চিত ভোগকাল
ఉదాహరణ : এতিয়া মোৰ গ্রহৰ দশা বৰ ভাল চলি আছে
పర్యాయపదాలు : গ্রহ দশা, গ্রহৰ দশা
ఆప్ స్థాపించండి