అర్థం : দলিয়াই দিয়া
ఉదాహరణ :
তেওঁক ্ৰেলগাড়ীৰ পৰা দলিয়ালে
అర్థం : কোনো বস্তু জ্বলাবৰ কাৰণে জুইত পেলাই দিয়া
ఉదాహరణ :
আহাৰ তৈয়াৰ কৰাৰ সময়ত সীতাই বাৰে-বাৰে ভুচি আদি চৌকাটোত ভৰাই আছিল
పర్యాయపదాలు : নিক্ষেপ কৰা, পেলাই দিয়া, ভৰোৱা
అర్థం : জোৰেৰে কোনো বস্তু আঁতৰোৱা বা দূৰলৈ পঠিওৱা
ఉదాహరణ :
ডাষ্টবিনত জাবৰ পেলোৱা হয়
పర్యాయపదాలు : দলিয়া, নিক্ষেপ কৰা, পেলোৱা
అర్థం : কোনো বস্তু, ব্যক্তি বা কোনো অংশক জোৰেৰে ওখ ঠাইৰ পৰা তলৰফালে পেলোৱা
ఉదాహరణ :
লʼৰাটোৱে খেলনাটো দলিয়ালে
పర్యాయపదాలు : লদিওৱা
అర్థం : আনৰ হতুৱাই দলিয়া
ఉదాహరణ :
মালিকনীয়ে চাকৰণীৰ হতুৱাই জাবৰ দলিওৱালে