సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কুৰূপ, ক্রুৰ আৰু কাজিয়া কৰি ভাল পোৱা স্ত্রী
ఉదాహరణ : দন্দুৰী হোৱাতো সহজ কিন্তু শিষ্টাচাৰী হোৱাটো কঠিন
పర్యాయపదాలు : ডাইনী, ডাকিনী
అర్థం : কর্কশ ্ স্বভাৱৰ নাৰী বা যি নাৰীয়ে কাজিয়াকে কৰি থাকে
ఉదాహరణ : কি কি কৰি যে মই এগৰাকী দাংকাটি মহিলাৰ বাচিলো
పర్యాయపదాలు : উগ্র নাৰী, কর্কশ ্নাৰী, খঙাল তিৰোতা, দন্দুৰী তিৰোতা, দাংকাটি, দাংকাটি মহিলা, মুখৰা তিৰোতা
అర్థం : যি ্কর্কশ ্স্বভাৱৰ বা যিয়ে কাজিয়া কৰি থাকে
ఉదాహరణ : মনোহৰ এজনী উগ্রা নাৰীৰ পাল্লাত পৰিল
పర్యాయపదాలు : উগ্রা, কাজিয়াখোৰ
ఆప్ స్థాపించండి