అర్థం : যিজন চৰকাৰী বিষয়াৰ সন্মুখত অপৰাধীৰ অভিযোগ আদিৰ বিচাৰ আৰু ৰায় দিয়াৰ কাৰণে হাজিৰ কৰা হয় আৰু যিজনে প্রশাসনিক কাম-কাজ আদিও কৰে
ఉదాహరణ :
ন্যায়াধীশৰ অনুপস্থিতিৰ কাৰণে আজি শুনানী লʼব পৰা নগʼল
పర్యాయపదాలు : ন্যায়াধীশ, মেজিষ্ট্রেট
అర్థం : দণ্ডাধীশ বা দণ্ডাধিকাৰীৰ পদ
ఉదాహరణ :
মহেশে দণ্ডাধীশৰ বাবে আৱেদন কৰিছে
పర్యాయపదాలు : দণ্ডাধিকাৰী