అర్థం : হাতত লৈ যোৱা পোন, কিছু দীঘল আৰু পাতল আকাৰ কাঠ বিশেষ
ఉదాహరణ :
আইতাই লাখুটি লৈ খোজকাঢ়ি আছে
పర్యాయపదాలు : লাখুটি
అర్థం : পাল্লা বান্ধি থোৱা তুলাচনীৰ দণ্ড বিশেষ
ఉదాహరణ :
শস্য জুখি থাকোতে তুলাচনী দণ্ডডাল ভাগি থাকিল
పర్యాయపదాలు : তুলাচনী দণ্ড, দগাপাল্লা দণ্ড
అర్థం : ষাঠী পল বা চৌবিশ মিনিটৰ সময়
ఉదాహరణ :
আজি ৰাতি কেচুৱাটো এক দণ্ডও নুশুলে
అర్థం : যি ডাল লাঠিৰে কুমাৰে চাক ঘূৰায়
ఉదాహరణ :
কুমাৰে দণ্ডৰে চাকখন জোৰেৰে ঘূৰাই আছে
పర్యాయపదాలు : কুমাৰৰ দণ্ড