అర్థం : জুখিবৰ কাৰণে ব্যৱহাৰ কৰা কোনো নিশ্চিত পৰিমাণৰ শিল, লোহা আদিৰ টুকুৰা
ఉదాహరణ :
এইটো এক কিলোৰ দগা
పర్యాయపదాలు : প্রতিমান
అర్థం : কোনো তৎপৰতা নথকা
ఉదాహరణ :
এলেহুৱা মানুহে কেতিয়াও কোনো কাম সময়মতে কৰিব নোৱাৰে তেওঁ ্ কামত বৰ সোৰোপা
పర్యాయపదాలు : অলস, আলস্যপৰায়ণ, এলেহুৱা, খাই গাহৰি, খাই-শো, বহিখোৱা, শুই-হগা, সোৰোপা, ৰিহাকুৰীয়া