సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো কথা আদি ভালদৰে বুজাৰ শক্তি বা তাৰ ভাল জ্ঞান
ఉదాహరణ : এই বিষয়ত ্তেওঁৰ ্ভাল দখল আছে
పర్యాయపదాలు : দক্ষতা
అర్థం : যিহৰ আধাৰত কোনো বস্তু নিজৰ ওচৰত ৰখা অথবা কাৰোবাৰ পৰা লোৱা বা খুজিব পৰা যায়
ఉదాహరణ : এই সম্পত্তিৰ ওপৰত সীতাৰো অধিকাৰ আছে
పర్యాయపదాలు : অধিকাৰ, স্বত্ব, হক
అర్థం : কোনো স্থান বা কথাৰ ওচৰ পোৱাৰ শক্তি বা সামর্থ্য
ఉదాహరణ : এইটো কাম মোৰ সামর্থ্যৰ বাহিৰৰ ্তেওঁৰ প্রধানমন্ত্রীলৈকে হাত আছে
పర్యాయపదాలు : সামর্থ্য, হাত
ఆప్ స్థాపించండి