సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : উত্তৰৰ সন্মুখৰ দিশ
ఉదాహరణ : মোৰ ঘৰ ইয়াৰ পৰা দক্ষিণত আছে
పర్యాయపదాలు : দখিণ
అర్థం : এশ আশী ডিগ্রীত থকা প্রধান দিক্্সূচক বিন্দু
ఉదాహరణ : দক্ষিণ সদায় দক্ষিণ দিশৰ ফালেই থাকে
అర్థం : দক্ষিণ দিশত অৱস্থিত ৰাজ্য বা প্রদেশ
ఉదాహరణ : সুৰেশ দক্ষিণৰ অধিবাসী
అర్థం : দক্ষিণৰ সৈতে সম্বন্ধ থকা
ఉదాహరణ : সোমবাৰৰ পৰা নাটো বাহিনীয়ে দক্ষিণ আফগানিস্থানত সেনা অভিযান চলায় নিজৰ পৰিৱেশ নিজৰ নিয়ন্ত্রণত আনিলে
పర్యాయపదాలు : দক্ষিণী
ఆప్ స్థాపించండి