అర్థం : কঠিনতাৰে কৰা বহুত ভাল কাম
ఉదాహరణ :
শচীনে ক্রিকেট খেলত বহুত অভিজ্ঞতা লাভ কৰিলে
పర్యాయపదాలు : অভিজ্ঞতা
అర్థం : কাৰোবাৰ অন্তর্নিহিত বৌদ্ধিক শক্তি
ఉదాహరణ :
চাকৰি দিয়াৰ আগতে প্রার্থীসকলৰ দক্ষতা পৰীক্ষা কৰা হয়
పర్యాయపదాలు : কুশলতা
అర్థం : কোনো কথা আদি ভালদৰে বুজাৰ শক্তি বা তাৰ ভাল জ্ঞান
ఉదాహరణ :
এই বিষয়ত ্তেওঁৰ ্ভাল দখল আছে
పర్యాయపదాలు : দখল