అర్థం : থাইলেণ্ডৰ অধিবাসী
ఉదాహరణ :
এই হোটেলখনত ভালেমান থাইবাসীয়ে বাহৰ পাতি আছেহি
పర్యాయపదాలు : থাইবাসী, থাইলেণ্ড-বাসী
అర్థం : যি লিপিত থাই ভাষা লিখা হয়
ఉదాహరణ :
ছোৱালীজনীয়ে বহীখনত থাই লিপি লিখি আছে
పర్యాయపదాలు : থাই লিপি
అర్థం : থাইলেণ্ডত থকা বা বসতি কৰা
ఉదాహరణ :
এই হোটেলখন কেৱল থাই লোকৰ কাৰণে
పర్యాయపదాలు : থাইলেণ্ডিয়ান
అర్థం : থাইলেণ্ডৰ বা তাৰ সৈতে সম্বন্ধ থকা
ఉదాహరణ :
থাই সীমান্তত ডকাইতৰ দল গ্রেপ্তাৰ হʼল
అర్థం : থাই ভাষাৰ সৈতে সম্বন্ধ থকা
ఉదాహరణ :
আমি এখন থাই চিনেমা চালোঁ