పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి থকা అనే పదం యొక్క అర్థం.

থকা   বিশেষ্য

అర్థం : অসাৱধানতাৰ কাৰণে কোনো কামৰ বিশেষ অংশত মনোযোগ আকর্ষিত নোহোৱা কার্য বা ৰৈ যোৱা কার্য

ఉదాహరణ : যদি আপুনি মগজুটো ঠাণ্ডা কৰি ৰাখিলেহেতেঁন তেনেহʼলে এইটো থাকি নাযায়

పర్యాయపదాలు : থাকি যোৱা

থকা   ক্ৰিয়া

అర్థం : সত্তা, অস্তিত্ব, উপস্থিতি আদি সূচোৱা প্রধান তথা সকলোতকৈ অধিক প্রচলিত ক্রিয়া

ఉదాహరణ : ৰমা সেই কোঠাটোত আছে

అర్థం : বেয়া হৈ নোযোৱা

ఉదాహరణ : ৰিফ্রিজাৰেটৰত বস্তুবোৰ ভালেমান দিন ধৰি থাকে

అర్థం : সম্বন্ধ, ব্যৱহাৰ আদি ভালদৰে চলাই যোৱা কার্য

ఉదాహరణ : মাকে জীয়েকক বুজাই কʼলে যে তুমি কেনেদৰে শহুৰৰ ঘৰত থাকিবা

పర్యాయపదాలు : নির্বাহ কৰা

అర్థం : কোনো বস্তু, ঠাই আদিত ৰখা বা তাৰ অন্তর্গত ্হোৱা

ఉదాహరణ : টেংকিত পানী আছে এই বটলত পানী আছে

అర్థం : এক নিশ্চিত স্থিতিত থকা বা কʼৰবাত স্থিত হোৱা

ఉదాహరణ : হিমালয় ভাৰতৰ উত্তৰ দিশত আছে

పర్యాయపదాలు : স্থিত হোৱা, হোৱা

అర్థం : কʼৰবাত আশ্রয় লোৱা

ఉదాహరణ : আমি দিল্লীলৈ গʼলে শর্মাদেৱৰ তাত থাকোঁ

అర్థం : স্থিত হোৱা

ఉదాహరణ : এই নগৰখন গংগা নদীৰ তীৰত আছে

పర్యాయపదాలు : অৱস্থিত থকা

అర్థం : (জীৱন-যাপনৰ বাবে) বসবাস কৰা

ఉదాహరణ : এই শ্রমিকসকল ওচৰৰ বস্তিত বাস কৰে

పర్యాయపదాలు : বসতি কৰা, বাস কৰা