అర్థం : ছিঁৰালৰ নিচিনা এবিধ পানীৰ পৰিমাণ বেছি থকা ফল
ఉదాహరణ :
খেতিয়কে বালি মাটিত তৰমুজৰ খেতি কৰিছে
పర్యాయపదాలు : তর্মুজ
అర్థం : এবিধ লতাজাতীয় গছৰ পৰা পোৱা গোলকাৰ খাদ্যফল
ఉదాహరణ :
গৰমত তৰমুজ বেছিকৈ পোৱা যায়
అర్థం : একপ্রকাৰৰ ডাঙৰ, গোলাকাৰ লাওজাতীয় খাদ্যোপযোগী ফল
ఉదాహరణ :
নদীৰ পাৰত বহুত তৰমুজৰ গছ আছে
పర్యాయపదాలు : তৰবুজ
అర్థం : এবিধ ডাঙৰ, শকত আৰু গোলাকাৰ ফল যাৰ মঙহ ৰঙা আৰু গুটি কʼলা ৰঙৰ
ఉదాహరణ :
গৰমৰ দিনত তৰমুজ বহুত পোৱা যায়