సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : প্রাকৃতিক অথবা কৃত্রিম কাৰণত উৎপন্ন হোৱা কোনো বস্তুৰ লহৰ যি কোনো শৰীৰ বা বাতাৱৰণত প্রৱাহিত হৈ থাকে
ఉదాహరణ : বিদ্যুততো তৰঙ্গ থাকে
పర్యాయపదాలు : ঢৌ, তৰঙ্গ, লহৰ
అర్థం : নদী, সাগৰ আদিৰ পানীভাগ লাহে-লাহে দূৰৰ পৰা ৰৈ ৰৈ ওপৰলৈ উঠি পুনৰ তললৈ নামি সমান্তৰালভাৱে সৃষ্টি কৰা এক ৰূপ
ఉదాహరణ : সাগৰৰ ঢৌবোৰ শিলত খুন্দা খাই ওপৰলৈ উঠি গৈছে
పర్యాయపదాలు : উর্মি, কল্লোল, ঢৌ, তৰঙ্গ, লহৰ, লহৰী, হিল্লোল
ఆప్ స్థాపించండి