అర్థం : তেলেঙ্গ ক্ষেত্রৰ অধিবাসী
ఉదాహరణ :
চিকাগোত কেইজনমান পৰিচিত তেলেগুৰ সৈতে দেখা-সাক্ষাৎ হৈছিল
అర్థం : যি লিপিত তেলেগু ভাষা লিখা হয়
ఉదాహరణ :
কুন্নুৰাণীয়ে তেলেগু পঢ়িবলৈ চেষ্টা চলাই আছে
పర్యాయపదాలు : তেলেগু লিপি
అర్థం : তেলেঙ্গ অঞ্চলত প্রচলিত ভাষা
ఉదాహరణ :
অন্ধ্রপ্রদেশত তেলেগু কথা কয়
అర్థం : তেলেঙ্গ অঞ্চলৰ বা তাৰ সৈতে সম্বন্ধ থকা
ఉదాహరణ :
তেলেগু সংস্থাৰ দ্বাৰা আয়োজিত কার্যসূচী বহুত ভাল আছিল
అర్థం : তেলেগু ভাষাৰ বা তাৰ সৈতে সম্বন্ধ থকা
ఉదాహరణ :
এইখন বহুত জনপ্রিয় তেলেগু চিনেমা
అర్థం : তেলেঙ্গ দেশত বসতি কৰোতা
ఉదాహరణ :
তুমি এতিয়া তেলেগু লোকৰ সংস্থাৰ সদস্য কিয় নোহোৱা