సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : উপযুক্ত আৰু সঠিকভাৱে কৰা সংযোগ
ఉదాహరణ : পৰস্পৰৰ মিলৰ দ্বাৰা কঠিনৰো কঠিন কাম সম্ভৱ হয়
పర్యాయపదాలు : অদ্বিতীয়ত্ব, অনুৰূপতা, অপার্থক্য, অপৃথকতা, অবিচ্ছিন্নতা, অভিন্নতা, অভিন্নত্ব, অভেদ, একতা, একৰূপতা, ঐক্য, মিল, সদৃশতা, সমতা, সমভাব, সমানয়ন, সমৰূপত্ব, সামঞ্জস্য, সাযুজ্য
అర్థం : সমান বা তুল্য হোৱা অৱস্থা
ఉదాహరణ : আমাৰ সৈতে আপোনাৰ কি তুলনা কৰোঁ
పర్యాయపదాలు : তুলনা, সমানতা, সাম্যতা
అర్థం : কোনো বস্তুৰ গুণ, মান আদিৰ ওপৰত নির্ভৰ কৰি এটাতকৈ আনটো কম-বেছি বা ভাল-বেয়া বিচাৰ কৰা:ৰামৰ তুলনাত শ্যাম বেছি চতুৰ
ఉదాహరణ :
పర్యాయపదాలు : উপমা, তুলনা, পাটন, ৰিজনি
అర్థం : জোখা কার্য ্বা ভাব
ఉదాహరణ : আপোনাৰ তুল্যতা সমান হোৱা নাই
ఆప్ స్థాపించండి