పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి তিৰস্কাৰ అనే పదం యొక్క అర్థం.

তিৰস্কাৰ   বিশেষ্য

అర్థం : গালি পৰা কার্য ্বা ভাব

ఉదాహరణ : পৰিয়ালৰ লোকৰ গালিত অতীষ্ঠ হৈ মোহনে ঘৰ এৰি পলাই গʼল

పర్యాయపదాలు : অপযশ, অপামান, ককর্থ্্না, গঞ্জনা, গর্হাল, গালি, গালি-গালাজ, গালি-শপনি, গোর্হাল, গৰিহণা, ডাবি, ডাবি-হুকি, থেকেচনি, দুর্যশ, ধমক, ধমকি, নগুৰ-বিতণ্ডা, নিন্দা, নেওচা, নেওচা-কেওচা, বকনি, বকাবকি, বাক-বিতণ্ডা, ভর্ছ্্না, ভর্ৎসনা, ভেকাহি, শপনি, হুকি, ্দুর্ণাম, ্বদনাম, ্হেঁফনি, ৰটনা, ৰটনি

అర్థం : যি কথা বা কামে কাৰোবাৰ মান বা প্রতিষ্ঠা হানি কৰে

ఉదాహరణ : আমি কাকো অনাহকত অপমান কৰা উচিত নহয়

పర్యాయపదాలు : অনাদৰ, অপদস্থ, অপমান, অশ্রদ্ধা, অসন্মান, অৱজ্ঞা, অৱমাননা, অৱহেলা, উপেক্ষা

అర్థం : কোনো অনুচিত কার্যৰ ্কাৰণে ভাল-বেয়াৰ বাচ-বিচাৰ নকৰাকৈ কোনো কথা কৈ দিয়া কার্য

ఉదాహరణ : ৰজাই পলায়ন কৰিব বিচৰা সৈনিকক ভৎর্স্্না কৰিলে

పర్యాయపదాలు : ভৎর্স্্না