పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి তালিকা అనే పదం యొక్క అర్థం.

তালিকা   বিশেষ্য

అర్థం : কোনো বিষয়ৰ প্রধান প্রধান কথাৰ ক্রমবিৱৰণী দিয়া সূচনা

ఉదాహరణ : তেওঁ কিনা বস্তুবোৰৰ এখন তালিকা বনালে

పర్యాయపదాలు : অনুক্রমণিকা, লিষ্ট, সূচী

అర్థం : পৃথক পৃথক স্তম্ভ অথবা শাৰীৰ ৰূপত থকা শ্্ব্দ, পদ, অংক আদিৰ সেই বিন্যাস যʼত সেই শ্্ব্দ, পদ, অংক আদিৰ পাৰস্পৰিক সম্বন্ধ বা কিছুমান বিশেষ তথ্যৰ নির্দেশ ্কৰা থাকে

ఉదాహరణ : তালিকাৰ ব্যৱহাৰ অধ্যয়ন, গণনা আদি কৰিবলৈ কৰা হয়

పర్యాయపదాలు : টেবুল