పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి তাল అనే పదం యొక్క అర్థం.

তাল   বিশেষ্য

అర్థం : কাঁইটীয়া বৃক্ষৰ পৰা পোৱা এবিধ গোল ডাঙৰ ফল যাৰ সাৰভাগ কোমল হয়

ఉదాహరణ : বেলৰ চৰবত পেটৰ বাবে উপকাৰী

పర్యాయపదాలు : বিল্ব, বেল, শ্রীফল

అర్థం : শাখা-প্রশাখাহীন স্তম্ভৰ দৰে থকা চিধা ওপৰলৈ বাঢ়ি যোৱা আৰু আগ অংশত ডাঙৰ ডাঙৰ পাত থকা এবিধ গছ

ఉదాహరణ : তেওঁ ্ তাল গছৰ পৰা তাড়ি পানী উলিয়াইছে

పర్యాయపదాలు : তাল গছ

అర్థం : নচা-গোৱা, বজোৱা আদিত তাৰ সময় আৰু ক্রিয়াৰ পৰিমাণ ঠিক ৰখাৰ এক উপকৰণ

ఉదాహరణ : নর্তকীয়ে বাদকক নৃত্যৰ তাল বুজাই আছেএই ৰাগ তিনি তালৰ

అర్థం : নাম-প্রসঙ্গ, পূজা আদিত বজোৱা মঞ্জিৰাৰ দৰে গোলাকাৰ এবিধ ় কাঁহৰ যুৰীয়া বাদ্য

ఉదాహరణ : নাম-কী্র্তনত ্ কেইবাযোৰো তাল বজাইছিল

పర్యాయపదాలు : তূর্য, দামামা