పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి তামিল అనే పదం యొక్క అర్థం.

তামিল   বিশেষ্য

అర్థం : যি লিপিত তামিল ভাষা লিখা হয়

ఉదాహరణ : তামিল হৈয়ো তেওঁ ্তামিল পঢ়িব নোৱাৰে

పర్యాయపదాలు : তামিল লিপি

అర్థం : বহু প্রাচীনকালৰ পৰা দক্ষিণ ভাৰত আৰু শ্রীলংকাত তামিলসকলে কৈ অহা এক দ্রাবিড় ভাষা

ఉదాహరణ : তেওঁলোক দুজনে তামিলত কথা পাতি আছে

పర్యాయపదాలు : তামিল ভাষা

అర్థం : তামিলনাডুৰ নিবাসী

ఉదాహరణ : ভালেমান তামিল মোৰ ভাল বন্ধু

তামিল   বিশেষণ

అర్థం : তামিল ভাষাৰ সৈতে সম্বন্ধ থকা বা তামিল ভাষাৰ

ఉదాహరణ : তামিল সাহিত্য বহুত উন্নত

అర్థం : তামিলনাডুৰ সৈতে সম্বন্ধ থকা

ఉదాహరణ : বুৰঞ্জীবিদসকলে তামিল সভ্যতা আৰু সংস্কৃতিক ভাৰতবর্ষৰ ্আটাইতকৈ পুৰণি সংস্কৃতি হিচাপে গণ্য কৰে

అర్థం : তামিলনাডুত থকা বা বসতি কৰা

ఉదాహరణ : তামিল লোকসকলে পুঙ্গল বৰ উলহ-মালহেৰে পালন কৰে