అర్థం : খেলিবলৈ ব্যৱহাৰ কৰা ৰঙীন চিহ্ন আৰু ছবি থকা চাৰিচুকীয়া এবিধ ডাঠ কাগজ বিশেষ
ఉదాహరణ :
তেওঁ খঙতে তাচপাতখিনি ফালি দিলে এই আলমাৰিটোত কেইবাযোৰাও তাচ আছে
పర్యాయపదాలు : তাচপাত, প্লে কার্ড
అర్థం : তাচৰ পাতেৰে খেলিব পৰা খেল
ఉదాహరణ :
কিছুমান লোকে বাগিছাত তাচ খেলি আছে