సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো বস্তু আদিৰ তলৰ অংশ
ఉదాహరణ : এই বাচনটোৰ তলিত ফুটা আছে
అర్థం : জলাশয়ৰ তলৰ ভূমি
ఉదాహరణ : এই নদীখনৰ তলি ভাগ ফটফটীয়াকৈ দেখিবলৈ পোৱা গৈছে
పర్యాయపదాలు : তল
అర్థం : কোনো সামগ্রীৰ ভিতৰৰ ফালে থকা তলৰ অংশ
ఉదాహరణ : লোটাটোৰ তলিত গেদ জমা হৈছে
అర్థం : কোনো বস্তু আদিৰ তল অংশ
ఉదాహరణ : তেওঁ গছৰ তলিত বহি আছে
ఆప్ స్థాపించండి