సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : সেই অনুসৰি
ఉదాహరణ : উচ্চ আদর্শৰ ্কথা সকলোৱে কয় কিন্তু তদনুৰূপ কিমান মানুহ চলে?
పర్యాయపదాలు : তদনুযায়ী, তদনুসাৰে, তদনুসৰি
అర్థం : তাৰ সমান বা ৰূপৰ
ఉదాహరణ : গণেশৰ মূর্তিটোৰ তদনুৰূপ আৰু দহটা মূর্তি সাজি দিয়ক
అర్థం : যিটো হয় বা হৈছে, সেই অনুসৰি বা প্রথমটোৰ অনুসৰি
ఉదాహరణ : গুৰুৰ আদেশৰ তদনুৰূপ আদর্শ ্মানি চলা উচিত
పర్యాయపదాలు : তদনুকূল
ఆప్ స్థాపించండి