పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ঢৌ అనే పదం యొక్క అర్థం.

ঢৌ   বিশেষ্য

అర్థం : প্রাকৃতিক অথবা কৃত্রিম কাৰণত উৎপন্ন হোৱা কোনো বস্তুৰ লহৰ যি কোনো শৰীৰ বা বাতাৱৰণত প্রৱাহিত হৈ থাকে

ఉదాహరణ : বিদ্যুততো তৰঙ্গ থাকে

పర్యాయపదాలు : তৰংগ, তৰঙ্গ, লহৰ

అర్థం : নদী, সাগৰ আদিৰ পানীভাগ লাহে-লাহে দূৰৰ পৰা ৰৈ ৰৈ ওপৰলৈ উঠি পুনৰ তললৈ নামি সমান্তৰালভাৱে সৃষ্টি কৰা এক ৰূপ

ఉదాహరణ : সাগৰৰ ঢৌবোৰ শিলত খুন্দা খাই ওপৰলৈ উঠি গৈছে

పర్యాయపదాలు : উর্মি, কল্লোল, তৰংগ, তৰঙ্গ, লহৰ, লহৰী, হিল্লোল

అర్థం : জ্বলিলে বা পুৰিলে চালত পানী জমা হৈ ফুলি উঠা অংশ

ఉదాహరణ : জুইয়ে পোৰাত মোহনৰ গাত ঠায়ে ঠায়ে জোলা বান্ধিছে

పర్యాయపదాలు : জোলা, ঢোপ, পানীজোলা, স্ফোটক