అర్థం : ঢিলা হোৱা অৱস্থা বা ভাব
ఉదాహరణ :
নিজৰ কামত ঢিলাই দিলে পিছত অনুশোচনা কৰিবা
పర్యాయపదాలు : শিথিলতা
అర్థం : যিটো বেছি গাঢ় নহয়
ఉదాహరణ :
দৈখিনি ঢিলাকৈ বান্ধিলে
అర్థం : ঠেক বা কচি বা টানি নবন্ধা
ఉదాహరణ :
মোহনে ঢিলা কাপোৰ পিন্ধে
అర్థం : যাক ভালদৰে বন্ধা বা টনা হোৱা নাই
ఉదాహరణ :
ৰছীডাল ঢিলা হৈ গʼল
అర్థం : যিটো ভালদৰে বন্ধা বা লগা নাই
ఉదాహరణ :
এই টেমাটোৰ ঢাকনখন ঢিলা শ্যামে স্ক্রু-ড্রাইভাৰেৰে ঢিলা স্ক্রু টান কৰি আছে