సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো বস্তু ঢালি দিয়া কাৰ্য
ఉదాహరణ : কৈলাসে মিলত কাঠ ঢলা কাম কৰি আছে
పర్యాయపదాలు : ঢলা কাম
అర్థం : এটা বাচনৰ পৰা অন্য এটা বাচনলৈ তৰল পদার্থ ্বাকী দিয়া কার্য
ఉదాహరణ : পিপাৰ তেল কেৰাহীত বকা হʼল
పర్యాయపదాలు : বকা
అర్థం : কোনো ঠাইত বা বস্তু আদিত থকা বস্তু আদিক কোনো অন্য ঠাই বা বস্তু আদিত
ఉదాహరణ : এই কলহটোৰ পানীখিনি আন এটা কলহত ঢালি দিয়া
పర్యాయపదాలు : থোৱা, বকা, ৰখা
ఆప్ స్థాపించండి