సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : পানী বা আন কোনো তৰল পদার্থত সম্পূর্ণৰূপে সোমাই যোৱা:ধুমুহাৰ কাৰণেই জাহাজখন পানীত ডুবিল
ఉదాహరణ :
పర్యాయపదాలు : বুৰা
అర్థం : কোনো বস্তু কাম আদি নষ্ট হৈ যোৱা
ఉదాహరణ : তেওঁৰ ব্যৱসায় সম্পূর্ণৰূপে ডুবিল
పర్యాయపదాలు : নষ্ট হোৱা
అర్థం : ডুব যোৱা
ఉదాహరణ : পশ্চিমত মাৰ যোৱা সূর্য পূৱত উদয় হয়
పర్యాయపదాలు : অস্ত, মাৰ যোৱা
ఆప్ స్థాపించండి