సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিজন জ্ঞান আদিৰ দৃষ্টিত সকলোতকৈ ওপৰৰ
ఉదాహరణ : এই সন্মিলনত ভালেমান মহান পণ্ডিতে অংশ গ্রহণ কৰিব
పర్యాయపదాలు : মহান
అర్థం : যি বয়সত ডাঙৰ
ఉదాహరణ : ৰাম দশৰথৰ জ্যেষ্ঠ পুত্র আছিল
పర్యాయపదాలు : জ্যেষ্ঠ
అర్థం : যিটো দৈর্ঘ্যৰ সৈতে যুক্ত
ఉదాహరణ : এই পায়জামাটো বহুত দীঘল
పర్యాయపదాలు : দীঘল, লম্বা
అర్థం : বহুত ডাঙৰ
ఉదాహరణ : নি্র্বাচনত তেওঁৰ বৃহৎ পৰাজয় হʼল তেওঁ বিপুল সফলতা লাভ কৰিলে
పర్యాయపదాలు : প্রভূত, বিপুল, বিৰাট, বৃহৎ
అర్థం : বহুত গভীৰ পৰিণতিযুক্ত
ఉదాహరణ : হত্যা এক ঘোৰ অপৰাধ
పర్యాయపదాలు : ঘোৰ, ভীষণ, ভয়ংকৰ
అర్థం : মাত্রা, আকাৰ, বিস্তাৰ আদিত কিহবাৰ তুলনাত অধিক
ఉదాహరణ : মোৰ ঘৰটো বহুত ডাঙৰ
ఆప్ స్థాపించండి