అర్థం : ডাক ব্যৱস্থাৰ যোগেদি অনা বা লৈ যোৱা চিঠি আদি
ఉదాహరణ :
ডাকোৱালে সদায় চাৰি বজাত ডাক আনে
పర్యాయపదాలు : পোষ্ট
అర్థం : ৰাজ্যৰ ফালৰ পৰা চিঠি, পার্চেল আদিৰ অনা-নিয়া কৰা ব্যৱস্থা
ఉదాహరణ :
মই নিজৰ চিঠিখন ডাকত পঠিয়াইছোঁ
అర్థం : নিলামৰ সময়ত চিঞৰি দাম লগোৱা কার্য
ఉదాహరణ :
মই এই বস্তুটোৰ কাৰণে এশ টকালৈকে ডাক লগাব পাৰোঁ