అర్థం : আমেৰিকা, কানাডা আদি দেশত প্রচলিত মুদ্রা
ఉదాహరణ :
ডলাৰৰ মূল্য টকাৰ হিচাপত বাঢ়িহে গৈ আছে
అర్థం : বার্মু্দাত প্রচলিত মুদ্রা
ఉదాహరణ :
তোমাৰ ওচৰত কিমান বার্মুদিয়ান ডলাৰ আছে ?
పర్యాయపదాలు : বার্মুদিয়ান ডলাৰ
అర్థం : হংকঙত প্রচলিত মুদ্রা
ఉదాహరణ :
এক হংকং ডলাৰ ভাৰতীয় ছটকা মূল্যৰ সমান হয়
పర్యాయపదాలు : হংকং ডলাৰ
అర్థం : অষ্ট্রেলিয়াত প্রচলিত মুদ্রা
ఉదాహరణ :
মোৰ ওচৰত কিছু অষ্ট্রেলিয়ান ডলাৰ আছে
పర్యాయపదాలు : অষ্ট্রেলিয়ান ডলাৰ
అర్థం : আমেৰিকাত প্রচলিত মুদ্রা
ఉదాహరణ :
এক আমেৰিকান ডলাৰ ভাৰতীয় পঞ্চাশ টকাৰ সমান
పర్యాయపదాలు : আমেৰিকান ডলাৰ, ইউ এচ ডলাৰ
అర్థం : বাহামাত চলা মুদ্রা
ఉదాహరణ :
এই সপ্তাহত বাহামিয়ান ডলাৰৰ মূল্যত বৃদ্ধি হৈছে
పర్యాయపదాలు : বাহামিয়ান ডলাৰ