పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ঠিক কৰা అనే పదం యొక్క అర్థం.

ঠিক কৰা   ক্ৰিয়া

అర్థం : ভগা-চিগা বস্তু পুনৰ সঠিক ৰূপত গঢ়া

ఉదాహరణ : ঘড়ীমিস্ত্রীজনে ঘড়ী মেৰামতি কৰি আছে

పర్యాయపదాలు : বাতা, মেৰামতি কৰা

అర్థం : দোষ-ত্রুতি আদি দূৰ কৰি ঠিক বা ভাল অৱস্থালৈ অনা বা কামৰ কাৰণে যোগ্য কৰি তোলা কার্য

ఉదాహరణ : শিক্ষক মহোদয়ে আমি লিখা লেখাবোৰ সংশোধন কৰি দিছে

పర్యాయపదాలు : ভাল কৰা, শুদ্ধ কৰা, সংশোধন কৰা, সংস্কাৰ কৰা

అర్థం : ভাড়াত কোনো যান-বাহন আদি লোৱা

ఉదాహరణ : আমি বিদ্যালয়লৈ যাবৰ কাৰণে এখন টেক্সি ঠিক কৰিলোঁ

పర్యాయపదాలు : লোৱা

అర్థం : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা

ఉదాహరణ : এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা

పర్యాయపదాలు : কৰা, নিষ্পত্তি কৰা, শেষ কৰা, সম্পাদন কৰা

అర్థం : কোনো কার্য আদিৰ কাৰণে কথা ঠিক কৰা

ఉదాహరణ : তেওঁ ঘৰটোৰ বন্দোবস্তি সস্তাত ঠিক কৰিলে