పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ঠিক అనే పదం యొక్క అర్థం.

ঠিক   বিশেষণ

అర్థం : যি কোনো কাম কৰিবৰ বাবে সমর্থ

ఉదాహరణ : এই কামটোৰ কাৰণে এজন যোগ্য ব্যক্তিৰ আৱশ্যক চাকৰিটোৰ বাবে উপযুক্ত প্রার্থী নির্বাচিত নহʼল

పర్యాయపదాలు : উচিত, উপযুক্ত, যথাযথ, যথার্থ, যথোচিত, যুগুত, যোগ্য, সংগত, সমর্থ, সমীচীন, সমুচিত, ্ যথাযোগ্য

అర్థం : কোনো কথা বা কাম শুদ্ধভাৱে কৰা:মন্ত্রীজনে উচিত কথা কোৱাত সাংবাদিকসকল নিশ্চুপ হৈ ৰʼল

ఉదాహరణ :

పర్యాయపదాలు : উচিত, উপযুক্ত, যথাযোগ্য, যথার্থ, যথোচিত, যুগুত, যোগ্য, সংগত, সমীচীন, সমুচিত, হক, ্ যথাযথ

అర్థం : যেনেকুৱা বস্তু তেনেকুৱাই থকা বা যʼত কোনো ধৰণৰ বিনির্মাণ বা লুক-ঢাক নাই

ఉదాహరణ : সাক্ষীয়ে ভয় খাই সঁ্চা কথা নকʼলে

పర్యాయపదాలు : যথার্থ, সঁ্চা, সত্য

అర్థం : যেনে হোৱা উচিত তেনেধৰণৰ

ఉదాహరణ : এই কথাটো মোৰ উচিত যেন লগা নাই

పర్యాయపదాలు : উচিত, উপযুক্ত, যোগ্য, সঠিক

అర్థం : যʼত কোনো ধৰণৰ ব্যৱস্থা বা নিয়ম আছে

ఉదాహరణ : তেওঁ ্কোঠাটোৰ ঠিক কৰি থোৱা বস্তুবোৰ খেলিমেলি কৰি দিলে

పర్యాయపదాలు : বিন্যস্ত, ব্যৱস্থিত

అర్థం : যিটো নি্র্ধাৰিত বা নিশ্চিত

ఉదాహరణ : মই নিশ্চিত ঠাইত উপস্থিত হʼম

పర్యాయపదాలు : নির্দিষ্ট, নিশ্চিত, নি্র্ধাৰিত, নিয়ত, সঠিক