సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : জলবায়ুৰ তাপমাত্রা কমিলে শৰীৰত হোৱা এনে এক অনুভূতি যাৰ বাবে কাপোৰ আদি মেৰিয়াই লʼবলৈ মন যায় অথবা ৰʼদ , জুই আদিৰ ওচৰত ৰৈ দিলে শৰীৰটো ভাল লাগে:আজি ৰাতিপুৱাৰ পৰাই মোৰ জাৰ লাগি আছে
ఉదాహరణ :
పర్యాయపదాలు : জাৰ, শীত, শৈত্য
అర్థం : যাৰ স্বভাৱত ক্রোধ বা আৱেশ নাই
ఉదాహరణ : ৰোহিতৰ শান্ত স্বভাৱক সকলোৱে ভাল পায়
పర్యాయపదాలు : শান্ত
అర్థం : যিটো জ্বলি বা দগ্ধহৈ যোৱা নাই
ఉదాహరణ : জুইকুৰা লাহে-লাহে ঠাণ্ডা হৈ গʼল
అర్థం : যি উষ্ণ নহয়
ఉదాహరణ : পথিকে নদীৰ ঠাণ্ডা পানী খাই আছে
పర్యాయపదాలు : শীতল
అర్థం : যʼত শীতলতা আছে
ఉదాహరణ : কালি আবেলি ঠাণ্ডা বতাহ বলিছিল
పర్యాయపదాలు : শীতল, ্ চেঁ্চা
అర్థం : ৰং সিদ্ধান্ত অনুসৰি শীতলতা প্রদান কৰোতা
ఉదాహరణ : নীলা এক শীতল ৰং
ఆప్ స్థాపించండి