సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ডিঙিৰ ওপৰৰ সন্মুখফালে থকা অংগ
ఉదాహరణ : ৰামৰ মুখখন আনন্দত উজ্জ্বল হৈ পৰিছে
పర్యాయపదాలు : আনন, গঢ়, চেহেৰা, বদন, মুখ, ৰূপ
అర్థం : যিয়ে ছল বা ধূর্ত্্তাৰে আনৰ মালবস্তু লয়
ఉదాహరణ : মোহন বহুত ডাঙৰ ঠগ, তাৰ পৰা বাচি থাকিবা
పర్యాయపదాలు : প্রবঞ্চক, প্রৱঞ্চক
అర్థం : ঠগিবৰ বাবে কোনো প্রকাৰৰ মিছা অভিসন্ধি কৰা
ఉదాహరణ : ঠগ ব্যক্তি সকলৰ পৰা সদায় সতর্ক হৈ থাকিব লাগে
పర్యాయపదాలు : ধূর্ত, প্রতাৰক, প্রৱঞ্চক, ্ছলনাকাৰী
ఆప్ స్థాపించండి