అర్థం : যি যন্ত্রৰ দ্বাৰা গান, ভাষণ আদি টেপ কৰিব পৰা যায় বা শুনিব পৰা যায়
ఉదాహరణ :
তেওঁ দিনৰ দিনটো টেপ শুনি থাকে
పర్యాయపదాలు : টেপ-ৰেকর্ডাৰ
అర్థం : চুম্বকীয় ফিটাযুক্ত এবিধ সামগ্রী যি ধ্বনি বা ভিডিঅʼ ্ৰেকর্ড ্কৰা বা শুনাৰ কামত আহে
ఉదాహరణ :
মোৰ ওচৰত লতা আৰু ৰফীৰ সকলো গানৰ কেছেট আছে
పర్యాయపదాలు : কেছেট
అర్థం : চুম্বকীয় ফিটাৰ ওপৰত ৰেকর্ড ্কৰা কার্য
ఉదాహరణ :
তেওঁ নিজৰ সন্তানৰ কলকলনি টেপ কৰি থʼলে