సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো বস্তুক কেইবাটাও খণ্ডত খণ্ডিত কৰা বা কাম নাইকিয়া কৰি দিয়া
ఉదాహరణ : লাখুটিৰে মাৰি মাৰি গৰখীয়াটোৱে গাইজনীৰ ঠেংখন ভাঙি দিলে
పర్యాయపదాలు : ছিঙা, ভগা, ভঙা, ভাগি দিয়া, ভাঙি দিয়া
అర్థం : আঘাত কৰি বা মৰিয়াই কোনো বস্তুক টুকুৰা-টুকুৰ কৰা
ఉదాహరణ : এই কুঁহিয়াৰডাল সৰু-সৰু টুকুৰা কৰা
పర్యాయపదాలు : ভঙা
ఆప్ స్థాపించండి