పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి টুকুৰা అనే పదం యొక్క అర్థం.

টুকুৰা   বিশেষ্য

అర్థం : কোনো বস্ত্র বা পোছাক তৈয়াৰ কৰিবৰ বাবে বনোৱা সিমান পৰিমাণৰ কাপোৰ

ఉదాహరణ : শীলাই বজাৰৰ পৰা এটা ব্লাউজৰ পীচ কিনিলে

పర్యాయపదాలు : খণ্ড, পীচ

అర్థం : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়

ఉదాహరణ : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা

పర్యాయపదాలు : অংগ, অংশ, খণ্ড, বিভাগ, ভাগ

అర్థం : যিকোনো বস্তুৰ গোটা টুকুৰা

ఉదాహరణ : এই মন্দিৰটো ডাঙৰ ডাঙৰ শিলাখণ্ডেৰে নির্মিত এই মন্দিৰটো শিলৰ ডাঙৰ ডাঙৰ টুকুৰাৰে নির্মিত

పర్యాయపదాలు : খণ্ড

అర్థం : বৃত্ত বা পিণ্ডৰ নিচিনা ডাঙৰ গোলাকাৰ বস্তু

ఉదాహరణ : শিশুটোৱে বৰফৰ টুকুৰা খাই আছে

అర్థం : ফল আদিৰ কটা বা ফালি থোৱা খণ্ড

ఉదాహరణ : তেওঁ আপেলটোৰ চাৰি টুকুৰা কৰিলে

పర్యాయపదాలు : খণ্ড, ভাগ